Subscribe
URL of the page has been copied to clipboard.
Meaning : নতুন নতুন ফেশ্বনৰ প্রতি আসক্ত ব্যক্তি
Example : মহেন্দ্র বৰ চৌখিন
Synonyms : ফেশ্বনেবুল, বিলাসপ্রিয়, বিলাসবহুল
Meaning : যাৰ কোনো কথাত চখ থাকে
Example : মোৰ দেউতা এজন চৌখিন চিত্রকাৰ
Meaning : সুখভোগত লাগি থকাজন
Example : বিলাসী ৰজাৰ ৰাজ্য বেছি দিনলৈ তিষ্ঠি নাথাকিল
Synonyms : পৰিভোগী, বিলাসী
Install App