Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চোৱা-চিতা from অসমীয়া dictionary with examples, synonyms and antonyms.

চোৱা-চিতা   বিশেষ্য

Meaning : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব

Example : ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে

Synonyms : তদাৰক-তদবিৰ, দেখা-শুনা

Meaning : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য

Example : এই কামটোৰ তদাৰক ৰামে কৰিছে

Synonyms : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ

Meaning : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

Example : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

Synonyms : অৱলোকন, দৃষ্টিপাত