Meaning : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
Example :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
Synonyms : হেঁ্চা, হেচুকি ধৰা
Meaning : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
Example :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
Synonyms : চেপা
Meaning : ওপৰৰ পৰা এনে ধৰণে বস্তু ৰখা, যাৰ দ্বাৰা কোনো বস্তু তলৰ ফাললৈ হেঁ্চা খাই ইফালে-সিফালে লৰচৰ কৰিব নোৱাৰা হয়
Example :
পনীৰ প্রস্তুত কৰিবলৈ তাক কাপোৰত বান্ধি লৈ পটা গুটি আদিৰে হেঁচি ধৰা হয়
Synonyms : হেঁচি ধৰা