Meaning : গধুৰ বস্তুৰ তলত অহা
Example :
শিলে লʼৰাটোৰ হাতখন চেপিলে
Meaning : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
Example :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
Meaning : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
Example :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
Synonyms : চেপি ধৰা
Meaning : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
Example :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
Meaning : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
Example :
তেওঁ ্ চাদৰখন চেপিছে
Synonyms : আটি দিয়া