Subscribe
URL of the page has been copied to clipboard.
Meaning : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
Example : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
Synonyms : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
Meaning : জীয়াই থকা অৱস্থা
Example : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
Synonyms : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
Meaning : জ্ঞান আৰু বুদ্ধি
Example : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
Synonyms : বিচাৰ-বুদ্ধি, সংজ্ঞা
Meaning : বোধ ওপজা বৃত্তি বা শক্তি
Example : চেতনাই জীয়াই থকাৰ লক্ষণ
Synonyms : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
Install App