Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চুপে-চাপে থকা from অসমীয়া dictionary with examples, synonyms and antonyms.

চুপে-চাপে থকা   ক্ৰিয়া

Meaning : কথা নোকোৱা বা কথা নপতা

Example : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল

Synonyms : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মনে মনে থকা, মূক হোৱা, মৌন হোৱা