Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চুপ-চাপ থকা from অসমীয়া dictionary with examples, synonyms and antonyms.

চুপ-চাপ থকা   ক্ৰিয়া

Meaning : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা

Example : ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল

Synonyms : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা

Meaning : কথা নোকোৱা বা কথা নপতা

Example : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল

Synonyms : অমাত হোৱা, চুপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মনে মনে থকা, মূক হোৱা, মৌন হোৱা