Meaning : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
Example :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
Synonyms : চুঙি, জুই ফুকা চুঙা
Meaning : নলৰ আকাৰৰ কোনো বস্তু
Example :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
Synonyms : নলিচা