Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
Example :
Synonyms : কোণ, কোণা, খোঁক, খোহ
Meaning : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ
Example : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে
Synonyms : কর্ণাৰ, কোণ, কোণা, চক
Install App