Subscribe
URL of the page has been copied to clipboard.
Meaning : চীন দেশৰ নিবাসী
Example : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
Synonyms : চীন নিবাসী, চীনবাসী
Meaning : চীন দেশৰ ভাষা
Example : তেওঁ চীনা ভাষা কʼব পাৰে
Synonyms : চীনা ভাষা
Meaning : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
Example : চীনা লিপি চিত্র্্ধর্মী
Synonyms : চীনা লিপি
Meaning : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
Example : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
Synonyms : চীনৰ
Meaning : চীন দেশত থকা বা বসতি কৰা
Example : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
Meaning : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
Example : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
Install App