Subscribe
URL of the page has been copied to clipboard.
Meaning : ধান খুন্দি আৰু মৰিয়াই প্রস্তুত কৰা চেপেটা দানা
Example : পণ্ডিতজনে দৈ আৰু চিৰা খাই আছে
Meaning : ফালি লৈ একতকৈ বেছি ভাগ কৰা
Example : তেওঁ খঙতে আহি নিজৰ নতুন কাপোৰযোৰ ফালি পেলালে
Synonyms : চিৰি পেলা, ছিন্ন কৰা, ফটা-চিৰা, ফলা, ফলা-চিৰা, ফালি পেলা, বিদাৰ, বিদী্র্ণ ্ কৰা
Install App