Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে মৃত্যুক জয় কৰিছে বা যিজন কেতিয়াও মৰা নাই:অমৃত পান কৰিলে জীৱ অমৰ হয় বুলি পৌৰাণিক আখ্যানত আছে
Example :
Synonyms : অছেদ-অভেদ, অজৰ, অজৰ-অমৰ, অমৰ, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, নজহা-নপমা, শ্বাশ্বত
Meaning : বহুদিন ধৰি থকা
Example : তৰা, সূর্য আদি চিৰকালীন
Synonyms : চিৰ-কালিক, চিৰ-কালীন, চিৰকালিক, দী্র্ঘ্্কালিক, দী্র্ঘ্্কালীন
Install App