Subscribe
URL of the page has been copied to clipboard.
Meaning : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
Example : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
Synonyms : চিন, নিচান, প্রতীক, সংকেত
Meaning : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
Example : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
Synonyms : চাপ, চিন, নিচান
Meaning : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
Example : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
Synonyms : চিন, স্মৃতিচিহ্ন
Install App