Meaning : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
Example :
লতাই কুর্তাটোত বুটাম লগাই আছে
Synonyms : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
Meaning : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
Example :
নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
Meaning : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
Example :
দর্জীয়ে কাপোৰ চিলাই কৰে