Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
Example : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
Synonyms : আৰক্ষী, পুলিচ
Meaning : যিজনে প্রতিৰক্ষা কৰিছে
Example : সুৰক্ষাৰ কাৰণে সীমান্তত সৈনিক সষ্টম হৈ আছে
Synonyms : সৈনিক
Meaning : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
Example : তেওঁ এজন ্ সাহসী সৈনিক
Synonyms : জোৱান, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
Install App