Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চিন্তা-ভাৱনা from অসমীয়া dictionary with examples, synonyms and antonyms.

চিন্তা-ভাৱনা   বিশেষ্য

Meaning : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা

Example : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে

Synonyms : উগুল-থুগুল, খুদুৱনি, চিন্তা, ভাবনা, ভাবনি, ভাৱনা

চিন্তা-ভাৱনা   বিশেষণ

Meaning : যাৰ ওপৰত বিচাৰ হৈছে

Example : এই বিষয়টো আমাৰ দ্বাৰা বিবেচিত হৈছে যেতিয়া ইয়াৰ ওপৰত দুনাই বিচাৰ কৰাৰ প্রয়োজন নাই

Synonyms : বিচাৰল্্ব্ধ, বিবেচিত, সুবিবেচিত