Subscribe
URL of the page has been copied to clipboard.
Meaning : কাগজ বা কাপোৰ আদিত তোলা বা অঁ্কা ফুল আদিৰে যুক্ত
Example : গম্বুজটোৰ উপৰিভাগত সুন্দৰভাৱে চিত্রিত কৰা
Meaning : কোনো চিত্রত ্আঁচ ্টনা
Example : দেৱালত পশু-পক্ষী চিত্রিত কৰা আছে
Meaning : যাৰ বর্ণ্না কৰা হৈছে
Example : ৰামায়ণত ভগৱান ৰামৰ চৰিত্র বিশেষভাৱে বর্ণিত আছে
Synonyms : নিৰূপিত, বর্ণিত
Meaning : যʼত চিহ্ন বা নিচান আছে
Example : এই মুদ্রাটোৰ ওপৰত গান্ধীজীৰ প্রতিচ্ছবি অংকিত কৰা হৈছে
Synonyms : অংকিত, চিহ্নিত
Install App