Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চিঠি-পত্র from অসমীয়া dictionary with examples, synonyms and antonyms.

চিঠি-পত্র   বিশেষ্য

Meaning : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

Example : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

Synonyms : খত, চিঠি, পত্র, পত্রিকা

Meaning : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা

Example : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল

Synonyms : পত্রাৱলী