Subscribe
URL of the page has been copied to clipboard.
Meaning : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ শৰীৰৰ ছালত ধৰি ্ হেঁচি দিয়া
Example : তেওঁ ্ মোক চিকুটি দিছে
Synonyms : চিকুটি দিয়া
Meaning : দাঁত, নখ, ঠোট বা হাতুৰা আদিৰে কোনো বস্তু ফালি-চিৰি কিছু অংশ আঁজুৰি লোৱা
Example : শগুণে মৃত জন্তুৰ মাংস খামুচি আছে
Synonyms : আঁচোৰ মৰা, আঁচোৰা, খামুচা, খামোচ মৰা
Install App