Meaning : ৰোগ নিৰাময় কৰা প্রক্রিয়া
Example :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
Synonyms : প্রতিকাৰ
Meaning : চিকিৎসকৰ কাম বা পেছা
Example :
তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
Synonyms : ডাক্তৰী
Meaning : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
Example :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
Synonyms : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য