Meaning : চিকাৰ কৰা ব্যক্তি
Example :
চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
Synonyms : ব্যাধ
Meaning : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
Example :
তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
Meaning : চিকাৰ কৰোঁতা
Example :
ঈগল এবিধ চিকাৰী চৰাই