Meaning : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
Example :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
Meaning : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
Example :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
Meaning : বনৰীয়া পশু-পক্ষীক মৰা কার্য
Example :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
Synonyms : মৃগয়া