Meaning : পোহৰ বিকিৰণ হোৱা
Example :
হীৰা খটুৱা অলংকাৰ চিকমিকাই আছে
Synonyms : চকমকাই থকা, জলমলাই থকা, পোহৰ কৰা
Meaning : কান্তি বা আভাৰে যুক্ত হৈ থকা
Example :
তেওঁৰ চেহেৰা তেজেৰে চিকমিকাই আছে
Synonyms : জকমকাই থকা