Meaning : চিংগাপুৰৰ অধিবাসী
Example :
আচিফে এতিয়া এজন চিংগাপুৰীয়াৰ সৈতে ব্যাপাৰ কৰিবলৈ লৈছে
Synonyms : চিংগাপুৰ বাসী, চিংগাপুৰবাসী
Meaning : চিংগাপুৰৰ সৈতে সম্পর্কিত
Example :
এইখন চিংগাপুৰীয়া ৰেছম কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে