Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ যিমান পৰিমাণ আছে তাতকৈ আৰু তিনিগুণ অধিক পৰিমাণৰ এক পৰিমাপ
Example : চাৰিৰ চাৰিগুণ ষোল্ল
Synonyms : চাৰি গুণ, চাৰি-গুণ
Meaning : তিনিগুণতকৈ এগুণ বেছি
Example : তেওঁ ্মোৰ চাৰিগুণ খায়
Meaning : যিমান আছে তাতকৈ তিনিগুণ বেছি
Example : আপুনি যিমান খায়, মই তাৰ চাৰিগুণ খাব পাৰিম
Synonyms : চাৰি গুণ
Install App