Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ যিমান পৰিমাণ আছে তাতকৈ আৰু তিনিগুণ অধিক পৰিমাণৰ এক পৰিমাপ
Example : চাৰিৰ চাৰিগুণ ষোল্ল
Synonyms : চাৰি-গুণ, চাৰিগুণ
Meaning : যিমান আছে তাতকৈ তিনিগুণ বেছি
Example : আপুনি যিমান খায়, মই তাৰ চাৰিগুণ খাব পাৰিম
Synonyms : চাৰিগুণ
Install App