Meaning : খুলিব আৰু বন্ধ কৰিব পৰা তলাৰ লগত থকা এক উপকৰণ
Example :
মোৰ তলাৰ চাবিটো হেৰাল
Synonyms : চাবি-কাঠি, চাবি-কাঠী, ্ সঁচ্াৰ-কাঠী
Meaning : এনেকুৱা এক প্রকাৰৰ যতন যিটো ঘূৰালে, হেঁচি ধৰিলেহে কোনো কাম আৰম্ভ হয়
Example :
তেওঁ মেচিনটো চলাবৰ কাৰণে চাবি টিপিলে
Synonyms : চুইচ