Subscribe
URL of the page has been copied to clipboard.
Meaning : হাতৰ তলুৱাৰে কৰা আঘাত
Example : সি মোক এক চৰ মাৰিলে
Synonyms : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
Meaning : যিটো বেছি ওপৰলৈকে নাই
Example : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
Meaning : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
Example : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
Synonyms : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
Install App