Subscribe
URL of the page has been copied to clipboard.
Meaning : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
Example : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
Synonyms : চতুৰতা, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
Install App