Subscribe
URL of the page has been copied to clipboard.
Meaning : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
Example : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
Synonyms : চকা
Meaning : মৌমাখি আদিৰ ঘৰ
Example : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
Synonyms : মৌচাক
Meaning : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
Example : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
Install App