Subscribe
URL of the page has been copied to clipboard.
Meaning : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব
Example : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়
Synonyms : কুৰিওৱা
Meaning : খেতিৰ মাটিত হাল চলোৱা
Example : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে
Synonyms : হাল বোৱা
Meaning : খেতিপথাৰ আদি চহ কৰা
Example : এক একৰ খেতিপথাৰ চহোৱা হʼল
Synonyms : চহ কৰা
Meaning : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য
Example : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়
Synonyms : কুৰিওৱা, চহ কৰা
Install App