Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো গুণ আছে বা কোনো বিষয়ত দক্ষতা আছে
Example : মহাপুৰুষসকল ব্যক্তিত্বত চহকী
Meaning : যিজন ধন-সম্পত্তিৰে সমৃদ্ধিশালী
Example : তেওঁ এজন ধনী ব্যক্তি চহকী লোকৰ স্বভাৱ ফলদায়ক গছৰ দৰে হʼব লাগে
Synonyms : দৌলতদাৰ, ধনন্তী, ধনী, ধনৱান, বিত্তশালী, বিত্তৱান
Install App