Meaning : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
Example :
আজি বাৱতৰ বস্তিত লাঠী চলিল
Meaning : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
Example :
তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে
Synonyms : চালি লোৱা
Meaning : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
Example :
এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
Meaning : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
Example :
চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
Meaning : কোনো বস্তু আদিৰ প্রচলনত অহা
Example :
টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
Synonyms : প্রচলিত হোৱা
Meaning : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
Example :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
Synonyms : টিকা
Meaning : প্রভুত্ব বিস্তাৰ কৰা কার্য
Example :
গাঁৱত তেওঁৰ বহুত চলে