Meaning : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
Example :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
Synonyms : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
Meaning : কোনো কাম আদিৰ দায়িত্ব লোৱা
Example :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
Meaning : ৰোধ কৰি বশত অনা
Example :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
Meaning : কোনো মনোবেগক বাধা দিয়া
Example :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
Meaning : কোনো বস্তু ভালে আছে নে নাই চোৱা
Example :
নিজৰ কাপোৰ চম্ভালা