Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চফটৱেৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

চফটৱেৰ   বিশেষ্য

Meaning : কম্পিউটাৰ পৰিচালনা কাৰণে আগতীয়াকৈ প্রস্তুত কৰি থোৱা লিখিত কার্য-্প্রণালী, প্রক্রিয়া বা নিয়ম আৰু তাৰ সৈতে সম্বন্ধ থকা লিপিবদ্ধ সামগ্রী বিশেষ

Example : কম্পিউটাৰক সহজে পৰিচালনা কৰিবৰ কাৰণে নিত্য-নতুন চফটৱেৰ বনাই থকা হৈছে

Synonyms : ছফটৱেৰ