Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
Example : এই বাকচটো কাপোৰেৰে ভৰি আছে
Synonyms : জপা, পেৰা, বক্স, বাকচ, বৰপেৰা
Meaning : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
Example : তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
Synonyms : পেৰা
Install App