Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চতুর্দশ from অসমীয়া dictionary with examples, synonyms and antonyms.

চতুর্দশ   বিশেষ্য

Meaning : দহৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা

Example : চৈধ্যৰ পৰা চাৰি বিয়োগ কৰিলে দহহে থাকে

Synonyms : চৈধ্য

চতুর্দশ   বিশেষণ

Meaning : গণনাত চৈধ্য নম্বৰ স্থানত অহা

Example : আজি শুক্ল পক্ষৰ চতুর্দশ তিথি

Synonyms : ১৪শ

Meaning : দহতকৈ চাৰি বেছি

Example : ভগৱান ৰামক চৈধ্য বছৰৰ বনবাস দিয়া হৈছিল

Synonyms : চৈধ্য