Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
Example : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
Synonyms : অধৈর্য, অস্থিৰ
Meaning : যি শান্ত নহয়
Example : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
Synonyms : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
Install App