Subscribe
URL of the page has been copied to clipboard.
Meaning : দর্শন ্কৰা বা দেখাৰ যোগ্য
Example : তেওঁ দর্শনীয় ঠাইবোৰ চাবলৈ গৈছে
Synonyms : অৱলোকনীয়, দর্শনীয়, দেখনিয়াৰ
Meaning : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
Example :
Synonyms : চকু জুৰোৱা, চকুত চমকল লগোৱা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ
Install App