Subscribe
URL of the page has been copied to clipboard.
Meaning : বীজ আদিৰ গাজ বা অংকুৰ ওলোৱা অংশ
Example : আলুৰ বহুতো চকু থাকে
Synonyms : অংকুৰণ স্থান
Meaning : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
Example : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
Synonyms : অক্ষি, চক্ষু, নেত্র, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
Install App