Meaning : উচ্চ স্বৰত দিয়া কোনো ঘোষণা
Example :
নিজৰ দাবী পূৰণ নোহোৱাৰ কাৰণে শ্রমিক সকলে হৰতাল ঘোষণা কৰিলে
Meaning : ৰাজহুৱা ৰূপত ওলোৱা ৰাজ আজ্ঞা, বিজ্ঞপ্তি বা কোৱা কোনো কথা
Example :
চৰকাৰে দশম মান শ্রেণীলৈকে শিক্ষা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিলে