Subscribe
URL of the page has been copied to clipboard.
Meaning : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
Example : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
Synonyms : ট্রিগাৰ, লপলপী
Meaning : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
Example : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
Meaning : ঘোঁৰাৰ মতা
Example : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
Synonyms : ঘোটক, মতা ঘোঁৰা
Meaning : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
Example : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
Install App