Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঘেৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

ঘেৰা   বিশেষ্য

Meaning : বেৰ আদিৰে ঘেৰি থকা ঠাই

Example : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

Synonyms : বেৰা

Meaning : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

Example : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

Meaning : চাৰিওফালৰ পৰা ঘেৰি দিয়া

Example : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

Synonyms : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

Meaning : চাৰিওফালে ৰখা বা আগুৰি লোৱা

Example : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

Synonyms : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

Meaning : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

Example : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

Synonyms : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

Meaning : যিটো ঘেৰি থোৱা হৈছে

Example : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

Synonyms : আৱৰা, বেষ্টিত