Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
Example : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
Synonyms : আওতা, আবেষ্টনী, গণ্ডী, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ
Meaning : ঘূৰা কার্য ্বা অৱস্থা
Example : এই ৰাস্তাটোত বহুত মেৰ আছে
Synonyms : মেৰ
Install App