Meaning : প্রবৃত্ত কৰা
Example :
গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
Synonyms : ঘূৰাই দিয়া
Meaning : চাৰিওফালে ফুৰা
Example :
বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
Meaning : দিশ পৰি্বর্তন ্কৰা
Example :
পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
Meaning : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
Example :
গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
Synonyms : ফুৰোৱা
Meaning : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
Example :
তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
Meaning : বতাহত ইফালে-সিফালে হালি থকা
Example :
প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে