Meaning : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
Example :
এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
Synonyms : দৌৰা, লৰা-ঢপৰা কৰা
Meaning : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য
Example :
পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে