Meaning : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
Example :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
Synonyms : চকু জাপ খোৱা-, টোপনি, নিদ্রা
Meaning : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
Example :
সেই সময়ত গুমটিটোত কোনো নাছিল
Synonyms : গুমটি