Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঘানি টনা- from অসমীয়া dictionary with examples, synonyms and antonyms.

ঘানি টনা-   বিশেষ্য

Meaning : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়

Example : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল

Synonyms : কাৰাদণ্ড, কাৰাবাস, কয়েদ, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস