Subscribe
URL of the page has been copied to clipboard.
Meaning : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
Example : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
Meaning : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
Example : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
Synonyms : হিংসুক, হিংস্র
Meaning : যি কাৰোবাক হত্যা কৰিছে
Example : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
Synonyms : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
Meaning : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
Example : এই বিহখিনি মাৰক ঔষধ
Synonyms : মাৰক
Install App