Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
Example : নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
Synonyms : কেন্দ্র, কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান
Meaning : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
Example : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
Synonyms : আড্ডা, আড্ডাস্থলী, কেন্দ্র, থল, থলী, স্থল, স্থলী
Install App